নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেল্পলাইন নম্বৰ সলাই গ্রাহকৰ তিনি লাখ লুট

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত সক্রিয় হৈ আছে চাইবাৰ অপৰাধী চক্র৷ ন ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধী চক্রটোৱে বহু লোকৰ সাঁচতীয়া ধন লুট কৰি আহিছে৷ শেহতীয়াকৈ বেংক কর্তৃপক্ষৰ দায়িত্বহীনতা আৰু অৱহেলাৰ সুযোগ লৈ চাইবাৰ অপৰাধী…

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰাটো সহজ নহয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ অষ্ট্রেলিয়াৰ দুই প্রাক্তন ক্রিকেটাৰ আডাম গিলখ্রীষ্ট আৰু ডেভিদ ৱার্নাৰে অনুভৱ কৰিছে যে এই পৰাজয়ে আগন্তুক…

২০৩৬ত দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ আয়োজন কৰিবলৈ সাজু ভাৰত

📌 আন্তর্জাতিক অলিম্পিক কমিটীলৈ বিশেষ পত্র প্রেৰণ ভাৰতীয় অলিম্পিক সংস্থাৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ চলিত বছৰতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকা ভ্রমণৰ সময়ত কৰিছিল এটি বিশেষ ঘোষণা৷ আমেৰিকাৰ প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি…

খেল চলি থকাৰ সময়তে পৰিল বজ্রপাত : থিতাতে মৃত্যু খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ খেল চলি থকাৰ সময়তে আঘাত বা শাৰীৰিক অসুস্থতাৰ বাবে খেলপথাৰত খেলুৱৈৰ মৃত্যু নতুন ঘটনা নহয়৷ এনে বহু ঘটনা সময়ে সময়ে ক্রীড়া বিশ্বত সংঘটিত হৈছে৷ কিন্তু পেৰুত যি মর্মান্তিক ঘটনা সংঘটিত হৈছে সেয়া কোনেও ভাবিব…

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাসৰ অভিলেখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ মার্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্রাসৰ ক্ষেত্রত সর্বকালৰ অভিলেখ সৃষ্টি হৈছে৷ কালিৰে পৰা ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পাই আছে৷ কালি ১ ডলাৰৰ তুলনাত টকাৰ মূল্য আছিল ৮৪.১১৷ আজি আৰু দুই পইচা কমি ডলাৰৰ…

হেমা মালিনীৰ গালৰ দৰে মসৃণ পথ নির্মাণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ অভিনেত্রী তথা মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীৰ গালৰ সৈতে ৰাস্তাৰ তুলনা কৰি বিতর্কৰ সৃষ্টি কৰিছে দিল্লীৰ আম আদমী পার্টী (আপ)ৰ বিধায়ক নৰেশ বালিয়ানে৷ দিল্লীৰ উত্তম নগৰৰ ৰাস্তা হেমা মালিনীৰ গালৰ দৰে মসৃণ কৰি…

ট্রাম্পেই জিকিব, জলহস্তীৰ ভৱিষ্যদ্বাণী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্প নে কমলা হেৰিছে জয়লাভ কৰিব, ইতিমধ্যে তাক লৈ বিভিন্ন মহলত চলিছে অংক৷ আনকি এইক্ষেত্রত মানুহ বাদেই পশুৱেও ভৱিষ্যদ্বাণী কৰিব পাৰে বুলি…

আচৰিত! ৰাষ্ট্রীয় উদ্যানৰ ২৫টা বাঘ হেৰাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ৰণথম্ভোৰ ৰাষ্ট্রীয় উদ্যানৰ পৰা এটাৰ পিছত এটাকৈ বাঘ সন্ধানহীন হোৱাৰ খবৰ প্রকাশ পোৱাৰ লগে লগেই সৃষ্টি হৈছে হুলস্থূল৷ এই ঘটনাক লৈ উদ্বেগ বৃদ্ধি পাইছে বন বিভাগৰ৷ মুঠ ২৫টা বাঘ সন্ধানহীন…

সম্পাদকীয় : নগৰৰ গছবোৰ

ফ্লাই অ’ভাৰ নির্মাণৰ প্রয়োজনত দীঘলীপুখুৰীৰ পাৰত থকা বহু প্রাচীন গছকেইজোপামান কাটি পেলাবলগীয়া হোৱা বুলি নির্মাণ কর্তৃপক্ষই জনাইছে আৰু সেই গছকেইজোপা ৰক্ষা কৰিবলৈ একধৰণৰ জাগৰণৰ সৃষ্টি হৈছে৷ ঠাইখিনিৰ সৌন্দর্য আৰু জৈৱ–বৈচিত্র্যৰ দিশৰ পৰা…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ নৱেম্বৰ, কাতি মাহৰ ২০ তাৰিখ বুধবাৰঃ তিথি–শুক্লা পঞ্চমী, নক্ষত্রঃ মূলা, যাত্রাঃ শুভ মেষঃ নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে সাৱধান৷ শুভ ৰং…