চলিত বৰ্ষৰ পৰাই বাক্সাত আৰম্ভ হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান
চলিত বৰ্ষৰ পৰাই বাক্সা জিলাত আৰম্ভ হ'ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান। এই সন্দৰ্ভত আজি বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত পৰ্যৱেক্ষণ কৰে বিটিচিৰ ভূমি আৰু ৰাজহ তথা দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে।
তেওঁ…