আইপিএলৰ মেগা নিলামত ৫০ কোটিৰ যোগ্য ঋষভ পণ্ট
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ শেহতীয়াকৈ দিল্লী কেপিটেলছে তেওঁলোকৰ অধিনায়ক ঋষভ পণ্টক মুকলি কৰি দিছে। এতিয়া আই পি এলৰ মেগা নিলামৰ অংশ হ’ব ঋষভ পণ্ট, কিন্তু এই উইকেটকীপাৰ বেটছমেনে কিমান টকা পাব? ঋষভ পণ্টৰ বাবে আই পি এল দলসমূহে কিমান খৰচ…
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা ঋদ্ধিমান সাহাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ কয় যে চলি থকা ৰঞ্জি ট্ৰফী ছিজন তেওঁৰ অন্তিমখন প্ৰতিযোগিতা হ’ব। ৪০ বছৰীয়া সাহাক টেষ্টত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ…
ধুবুৰীৰ নেতাই ধুবুনী প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : ধুবুৰীৰ নেতাই ধুবুনী প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। ধুবুৰীৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী উদ্যানত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ…
মণিপুৰত সহকর্মী চিপাহীৰ গুলীত নিহত উপ-আৰক্ষী পৰিদর্শক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ মণিপুৰত কাজিয়াৰ মাজতে ঊর্ধ্বতন সহকর্মীক গুলীয়াই হত্যা কৰিলে এজন আৰক্ষী চিপাহীয়ে৷ এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি উপ-পৰিদর্শক চাহজাহানক লক্ষ্য কৰি গুলীচালনা কৰে চিপাহী বিক্রমজিৎ সিঙে৷…
অষ্ট্রেলিয়াৰে টেষ্ট শৃংখলা : প্রথম টেষ্টত অনিশ্চিত ৰোহিত শর্মা
🔹 কি কাৰণত ল'লে এই সিদ্ধান্ত !
নিউজ ডেস্ক, ৪ নৱেম্বৰ : অষ্ট্রেলিয়া ভ্রমণৰ প্রথমখন টেষ্টত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ৷ দেওবাৰে এই ইংগিত দিয়ে ভাৰতীয় অধিনায়কগৰাকীয়ে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত পৰাজয়ৰ…
আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল : জটিল সমীকৰণৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট দল
নিউজ ডেস্ক, ৪ নৱেম্বৰ : ২০০০ চনৰ পিছত প্রথমবাৰৰলৈ ঘৰৰ মাটিত টেষ্ট শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ ১২ বছৰ পিছত টেষ্ট ক্রিকেটত নিউজিলেণ্ডে ভেদ কৰিলে ভাৰতৰ অভেদ্য দুর্গ৷ ঘৰৰ মাটিত স্পিনাৰৰ হাতত ধৰাশায়ী হ’ল মেন ইন ব্লু৷ ৱাংখেড়ে…
‘অদৃশ্য’ হাতিয়াৰে শক্তিশালী কৰিব ইজৰাইলক
🔹 আহি আছে ‘নতুন যুগৰ অস্ত্র’
🔹 লেজাৰ ৰশ্মিৰে ক্ষেপণাস্ত্র–ড্রোন ধ্বংসৰ প্রস্তুতি
নিউজ ডেস্ক, ৪ নৱেম্বৰ : লেবাননত হিজবুল্লাৰ মুৰব্বীক হত্যাৰ প্রতিশোধ ল’বলৈ ইজৰাইলত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছে ইৰানে৷ তাৰ প্রত্যুত্তৰো দিছে ইজৰাইলে৷ এনে…