বৰপেটা আৰক্ষীৰ জালত পৰিল কুখ্যাত প্ৰৱঞ্চক ধৰ্মেশ্বৰ
বৰপেটা আৰক্ষীৰ জালত পৰিছে এজন কুখ্যাত প্ৰৱঞ্চক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকক প্ৰৱঞ্চনা কৰি লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগত ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ৰয় নামৰ এই অভিযুক্তজনক আটক কৰিছে আৰক্ষীয়ে।
পাণবজাৰ, লতাশিল, পল্টনবজাৰ, চানমাৰী, বশিষ্ঠ,…