নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ বিশেষ অফাৰ পাকিস্তান ক্রিকেট ব’র্ডৰ

🔹 আইচিচি চেম্পিয়নছ ট্রফী ক্রিকেট নিউজ ডেস্ক, ৩ নৱেম্বৰ : অহা বছৰ পাকিস্তানে আয়োজন কৰিব আইচিচি চেম্পিয়নছ ট্ৰফী৷ ইতিমধ্যে পাকিস্তান ক্রিকেট ব’র্ডে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে৷ অৱশ্যে পাকিস্তানত এই প্রতিযোগিতাত ভাৰতৰ অংশগ্রহণক লৈ এতিয়াও…

মিছামাৰীৰ ঢেঁকীপেলোৱাৰ পাত্ৰিক মিঞ্জক লৈ তিনিদিনে চিন্তিত পৰিয়াল

🔹 হৃদয়ৱান লোকৰ প্ৰচেষ্টাত সত্তৰ ঊৰ্ধ্বৰ ব্যক্তিৰ জীৱন ৰক্ষা নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : কালীপূজা আৰু দেৱালীৰ বতৰত ৰং-বিৰঙৰ চাকিৰ পোহৰ আৰু ফটকা-আতচবাজীৰ শব্দত চৌদিশ আনন্দময় পৰিৱেশৰ মাজতে শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ঢেঁকীপেলোৱা…

উজনি মাজুলীত এমাহ ধৰি বন্যহস্তীৰ সন্ত্ৰাস

🔹 উজাগৰী নিশা কটাইছে নদী কাষৰীয়া গঞা, চৰ-চাপৰিবাসীয়ে  নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : যোৱা এমাহ দিন  ধৰি বন্যহস্তীৰ এশজনীয়া দলে উজনি মাজুলীৰ মথাউৰিৰ বাহিৰত চৰ-চাপৰিত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহত …

বার্ষিক উপার্জনৰ মিছা তথ্য : বিবাহ ভাঙিলে কইনাই

নিউজ ডেস্ক, ৩ নৱেম্বৰ : দিল্লীত এখন বিয়া সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে। বিয়াৰ বাবে যো–জা চলাই থকাৰ মাজতে দৰাৰ উপার্জনক লৈ কইনাপক্ষৰে হোৱা সংঘাতে বিবাহ ভঙালৈ ৰূপান্তৰিত হয়৷ চৰ্চা মতে, এটা মেট্রিমনিয়েল ৱেবছাইটত আলাপ হৈছিল তৰুণ–তৰুণীৰ৷ দুয়ো…

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন আৰু বিলি এইলিছ…

🔹 পিছ পৰিল ধনকুবেৰ এলন মাস্ক–সংগীত শিল্পী টেইলৰ ছুইফট  নিউজ ডেস্ক, ৩ নৱেম্বৰ : বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনক লৈ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ অহা ৫ নৱেম্বৰত আনুষ্ঠানিকভাৱে ভোটগ্রহণ হ’বলগীয়া দেশখনৰ…

ইজৰাইল–আমেৰিকাক আক্রমণৰ ভাবুকি ইৰানৰ

🔹 মধ্যপ্রাচ্যত মার্কিন সেনাৰ শক্তি বৃদ্ধি নিউজ ডেস্ক, ৩ নৱেম্বৰ : ইজৰাইল আৰু ইৰানৰ প্রত্যক্ষ সংঘাতৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রৱেশে মধ্যপ্রাচ্যত পূর্ণাংগ যুদ্ধৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ সন্ত্রাসবাদী হামাছ আৰু হিজবুল্লাৰ মুৰব্বীক…

দীপাৱলী–কালীপূজাত গুৱাহাটীবাসীয়ে পান কৰিলে ৫ কোটি টকাৰ সুৰা

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : উৎসৱ আৰু সুৰা যেন একাংশৰ বাবে অংগাংগী হৈ পৰিছে৷ নৱবর্ষ, ৰঙালী বিহু, বিশ্বকর্মা পূজা আৰু দুর্গা পূজাৰ পাছত এইবাৰ দীপাৱলী আৰু কালী পূজাতো গুৱাহাটীত হ’ল সুৰাৰ প্লাৱন৷ ৰাজ্যৰ অন্য প্রান্ত বাদেই, খোদ গুৱাহাটী মহানগৰীতে…

মাজুলীৰ জীৱন্ত ৰাস সমিতিক চৰকাৰে দিব অতিৰিক্ত ৫০ হাজাৰকৈ

🔹 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা বিশেষ বার্তা, ৩ নৱেম্বৰ : ৰাসোৎসৱলৈ মাজত মাথোঁ কেহটামান দিন বাকী থকা অৱস্থাত এতিয়া মাজুলীৰ প্রায় ৬৫খন ৰাস মঞ্চই দুপৰনিশালৈ আখৰা তুংগত তুলিছে৷ ইয়াৰ মাজতে মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ…

ৰূপহীহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ৪ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা,  ৩ নৱেম্বৰ : ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট থানাৰ বিষয়া সঞ্জীত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি কালি আবেলি গুণাবাড়ীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় ৷ আৰক্ষীৰ অভি নত ই-ৰিক্সাত অহা ৪টাকৈ…

সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰা উচিত নহয় : ফাৰুক আব্দুল্লা

🔹 এনচি নেতাৰ বিতর্কিত মন্তব্যক লৈ উত্তাল ৰাজনীতি নিউজ ডেস্ক, ৩ নৱেম্বৰ : নেচনেল কনফাৰেঞ্চ (এনচি) নেতা ফাৰুক আব্দুল্লাৰ নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে কৰায়ত্ত কৰাহে উচিত বুলি কৰা মন্তব্যই দেশৰ ৰাজনীতি উত্তাল কৰি…