নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুষলধাৰ বৰষুণত সম্পূৰ্ণৰূপে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ

মুষলধাৰে বৰষুণে জুৰুলা কৰিছে হাইলাকান্দিৰ পাঁচগ্ৰাম অঞ্চল। যোৱানিশাৰ পৰা হোৱা অবিৰত বৰষুণৰ ফলত পাঁচগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। বহু ঠাইত একঁকাল সমান পানী জমা হোৱাত বিপদসংকুল পৰিস্থিতিৰ মাজেৰে বাহনসমূহে যাতায়াত…

মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ৰ প্ৰথম ৰানাৰ্ছ আপ খিতাপেৰে জিলিকিল তেজপুৰৰ মৃগাশ্ৰী বৰুৱা

ডিজিটেল ডেস্ক, তেজপুৰ, ১৫ মে' : নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত ১২ মে'ত ষ্টাৰ এন্টাৰটেইনমেন্টৰ উদ্যোগত আয়োজিত মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত অসমৰ জীয়ৰী মৃগাশ্ৰী বৰুৱাই প্ৰথম ৰানাৰ্ছ আপৰ খ্যাতি অৰ্জন কৰাৰ লগতে পাৰফেক্ট বডী আৰু আটাইতকৈ সুন্দৰ…

পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতে মোদীৰ কূটনৈতিক অভিযান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে (১৫ মে’) পাঁচখন দেশ ভ্ৰমণলৈ ৰাওনা হ’ব। এই ভ্ৰমণসূচীৰ প্ৰথম গন্তব্য হ’ব সংযুক্ত আৰব আমিৰাত (UAE)। পশ্চিম এছিয়াত ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰীৰ এই UAE ভ্ৰমণ বিশেষ…

আজি গুৱাহাটী হাইক’ৰ্টত শ্যামকানুৰ জামিন আবেদনৰ শুনানি

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পূৰ্বে ১৩ মে’ত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল। পাছত ন্যায়াধীশ…

জনতাক মাধমাৰ শোধাই বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

দেশবাসীক পুনৰ মাধমাৰ! বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। শুকুৰবাৰৰ পৰা দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে। নতুন নিৰ্ধাৰিত মূল্য অনুসৰি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৩ টকা ১৪ পইচাকৈ বৃদ্ধি পাইছে। আনহাতে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩…

বিজয় অপৰিহার্য মেচত মুম্বাই ইণ্ডিয়ানছৰ হাতত ৬ উইকেটত পৰাস্ত পঞ্জাব

ডিজিটেল ডেস্ক, ১৫ মে’ : ক্রমাগত পঞ্চম পৰাজয়ৰে চলিত আইপিএলৰ প্লে’অফত প্রৱেশৰ আশা ক্ষীণ হৈ পৰিল পঞ্জাব কিংছৰ৷ প্রতিযোগিতাখনত বৃহস্পতিবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত পঞ্জাবে মুম্বাই ইণ্ডিয়ানছৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷ মেচখনত পঞ্জাবে জয়ৰ…

NEET (UG) 2026-ৰ নতুন তাৰিখ ঘোষণা NTA-ৰ

মেডিকেল শিক্ষাৰ সপোন দেখা লাখ লাখ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে আহিছে এক ডাঙৰ খবৰ। নেচনেল টেষ্টিং এজেন্সী (NTA)-য়ে NEET (UG) 2026 পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিছে। ভাৰত চৰকাৰৰ অনুমোদনৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে এতিয়া NEET (UG)…

নগাঁৱত টাটা আইপিএল ফেন পার্ক

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হ’বলগীয়া টাটা আইপিএল ফেন পার্কত লাইভ দেখুৱাৰ বাবে আজি নগাঁও ক্রীড়া সংস্থাৰ স্প’ৰ্টছ ক্লাব পেভিলিয়নৰ সভাকক্ষত এক সংবাদ মেলৰ আয়োজন কৰা হয়৷ সংবাদ মেলত বিচিচিআইৰ আইপিএল ফ্রেঞ্চিছৰ ছিনিয়ৰ…

সম্পাদকীয় : চৰকাৰৰ ব্যয় সংকোচন নীতি

মধ্যপ্রাচ্যৰ সংকটে এতিয়া সমগ্র বিশ্বৰ সন্মুখতে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ যুদ্ধই ভূ–ৰাজনৈতিক সমীকৰণ কি কৰিব পাৰে তাক লৈ গভীৰ শংকাৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে সমগ্র বিশ্বতে যি ইন্ধনৰ সংকটে দেখা দিছে, তাক লৈ বিশ্বৰ প্রতিখন দেশেই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ মে’, ব’হাগ মাহৰ ৩১ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : আজি পৰিৱেশ অস্থিৰ হ’ব পাৰে৷ নতুন সংযোগ পাব পাৰে৷ মূল্যবান বস্তু লাভৰ যোগ৷ ভ্রমণত শুভ৷ ব্যৱসায় দিশত খৰচ বৃদ্ধি৷ প্রেমত শুভ৷ শুভ ৰং– নীলা,…