নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰি আৰম্ভ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : দেশী বিদেশী পৰ্যটকৰ বাবে আন এক সুখবৰ। অৱশেষত দেশী বিদেশী পয্যটকৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হল হাতী ছাফাৰি। প্রত্যক বছৰৰ দৰে এইবাৰো ১ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা  আৰম্ভ হল ২০২৪-২৫…

বাক্সাত শ্ৰেণীকোঠাত সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জ্বানত কৰা জঘন্য ঘটনা পোহৰলৈ আহিছে বাক্সাত। গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কক কালিমা সানিলে এগৰাকী লম্পট শিক্ষকে, ছাত্ৰীৰ লগত লীলা কৰি বাক্সা আৰক্ষীৰ জালত লম্পট শিক্ষক লীলাধৰ পাঠক। এই ঘটনাটো…

সোণাপুৰত পথ দুৰ্ঘটনা, নিহত অৱসৰী শিক্ষয়িত্ৰী

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : মহানগৰীৰ সমীপৰ সোণাপুৰত আজি পুৱাৰ ভাগত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰীৰ মৃত্যু হয়৷ মৃত শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ গুৱাহাটীৰ বেলতলাত৷ নাম শান্তনা বৰা (৬৯)৷ ঘটনা অনুসৰি মহিলাগৰাকীয়ে পুৱাৰ ভাগত …

সেৰফানগুৰিৰ লোঙা নৈত সমূহীয়া মৎস্য ধৰা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্ৰতিবছৰে কাতি মাহৰ ১৫ তাৰিখ আৰু পহিলা নৱেম্বৰত লঙা নদীত জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে পুৱাৰে পৰাই জাল-জুলুকি, জাকৈ-শালৈ লৈ হেজাৰ হেজাৰ ৰাইজ লঙা নদীলৈ আহি সমূহীয়া মৎস্য চিকাৰত নামি মৎস্য চিকাৰৰ আনন্দ লয়৷…

বিশেষ লেখা : মুখ্যমন্ত্রীৰ নেতৃত্বতে সুৰক্ষিত অৰণ্য

সৌম্যদ্বীপ দত্ত ১৯৮২ চনৰ পৰা আজিলৈকে ক্রমাগতভাৱে অৰণ্য আৰু বন্যপ্রাণী সংৰক্ষণৰ বাবে জনমত গঠন আৰু বন্যপ্রাণীবোৰৰ বাসস্থান সংৰক্ষণৰ স্বার্থত আমি সাংগঠনিকভাৱে আত্মনিয়োগ কৰিছোঁ৷ বর্তমানে আমাৰ অসমত বন্যপ্রাণী সংৰক্ষণৰ বাবে কিছু পৰিমাণে হ’লেও…

আইজিপি পার্থসাৰথি মহন্তসহ ছয় বিষয়া–জোৱানলৈ সন্মান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ চাৰিজন সদস্য ক্রমে আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্স নায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱর্তক কেন্দ্রীয় গৃহ মন্ত্রালয়ে…

ভয়ংকৰ! তৃতীয় বিশ্বযুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ এফালে মধ্যপ্রাচ্যত ঘনীভূত হৈছে ভয়ংকৰ যুদ্ধৰ আশংকা৷ গাজা–লেবাননত ৰক্তক্ষয়ী যুদ্ধ চলাই আছে ইজৰাইলী সেনাই৷ হামাছ আৰু হিজবুল্লাক উৎখাতৰ বাবে ইজৰাইলে আৰম্ভ কৰা যুদ্ধত ইতিমধ্যে বহু নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷…

তৰুণীৰে শাৰীৰিক সম্পর্কৰ পিছত এইচআইভিত আক্রান্ত ১৯

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ উত্তৰাখণ্ডৰ নাইনিতাল চহৰত একেলগে ১৯জন যুৱক এইচআইভিত আক্রান্ত হোৱা খবৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ১৭ বছৰীয়া এজনী তৰুণীৰ সৈতে শাৰীৰিক সম্পর্কত লিপ্ত হোৱাৰ কিছুদিন পিছতে অসুস্থ হৈ পৰে এই যুৱকসকল৷ হেৰ’ইনৰ নিচাত…

নৰ্থ বইটামাৰীত স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নৰ্থ বইটামাৰী অঞ্চলৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ কুমুদ নাথ নামৰ লোকজনে তেওঁৰ পত্নী জিণ্টি ভূঞা (৩৫)ক কুঠাৰেৰে…

মুম্বাইত অনুষ্ঠিত এছিয়ান পাঞ্জাত মঙলদৈৰ মাতৃ-কন্যাৰ সাফল্য

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : অসমৰ পাঞ্জা খেলুৱৈ ৰঞ্জু বৰুৱাই সদ্য সমাপ্ত অষ্টম এচিয়ান আৰ্ম ৰেষ্টলিং কাপ (8th Asian Armwrestling Cup) আৰু সপ্তম এচিয়ান পেৰা- আৰ্ম ৰেষ্টলিং কাপ (7th Asian Para -Armwrestling Cup-2024) প্ৰতিযোগিতাত প্ৰথম…