ফ্ল’ৰ টেষ্ট : সদনত সংখ্যাগৰিষ্ঠতা দেখুৱালে TVK নেতৃত্বাধীন চৰকাৰে
তামিলনাডু বিধানসভাত অনুষ্ঠিত ফ্ল’ৰ টেষ্টৰ অগ্নিপৰীক্ষাত সফলতা লাভ কৰিলে মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন চৰকাৰে। ফ্ল’ৰ টেষ্টত বিজয় চৰকাৰৰ পক্ষত ১৪৪জন বিধায়কে সমৰ্থন আগবঢ়ায়। আনহাতে, ভোটগ্ৰহণৰ পূৰ্বেই প্ৰধান বিৰোধী দলসমূহে সদনৰ পৰা ৱাকআউট…