নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী : গণেশগুৰি ৰাম মন্দিৰ প্ৰাংগণত ১০০০০ মাটিচাকি বিতৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কৃষক মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সহযোগত গণেশগুৰি ৰাম মন্দিৰ প্ৰাংগনত দীপাৱলী উপলক্ষে ৰাইজৰ মাজত দহ হেজাৰ মাটি চাকি বিতৰণ কৰা হয়। থলুৱা মৃৎ শিল্পীসকলক…

নলবাৰীত আত্মনিৰ্ভৰ অসমৰ বাছনিভুক্ত ব্যক্তিৰে বাৰ্তালাপ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ নতুন প্ৰজন্মৰ মাজত আজি হতাশৰ পৰিৱৰ্তে আশাৰ ৰেঙনিয়ে দেখা দিছে। এটা ডাঙৰ পৰিৱেশ আজি আমাৰ চৰকাৰখনে সৃষ্টি কৰিলে। আজি নতুন প্ৰজন্মৰ মনত এটা বিশ্বাস আহিছে যে মেধাৰ বলত চাকৰি লাভ কৰাটো সম্ভৱ, পঢ়ি-শুনি চাকৰি লাভ…

বিচাৰক-অধিবক্তাৰ হতাহতিত উত্তপ্ত আদালত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ উত্তৰ প্রদেশৰ আদালতত নজিৰবিহীন কাণ্ড৷ বিচাৰকৰ সৈতে অধিবক্তাসকলৰ হতাহতিৰ ঘটনাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি৷ জামিনৰ আবেদনক লৈ তর্কযুদ্ধ চলিছিল উভয়পক্ষৰ৷ ইয়াৰ পিছত বিচাৰক আৰু অধিবক্তাৰ মাজত আৰম্ভ হয় হতাহতি৷…

ৰূপহীহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই ড্ৰাগছ পেডলাৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি পূৱ শালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিযান৷ আৰক্ষীৰ অভিয়ানত জব্দ দুটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছসহ আটক…

সম্পাদকীয় : দেৱালীৰ প্রাক্মুহূর্তত

পৰম্পৰাৰ প্রতি সন্মান, ধর্মবিশ্বাস আৰু সর্বোপৰি পোহৰৰ আকাংক্ষা– এইবোৰেই দেৱালীৰ আকর্ষণ৷ ‘তমসো মা জ্যোতির্গময়’– মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া– এই আৱাহনী মন্ত্র ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ মূল ভেটি৷ এই মন্ত্রৰ বাহ্যিক উদ্যাপনেই দেৱালী,…

ভাৰতৰে মুম্বাই টেষ্টৰ পৰা বাদ পৰিল উইলিয়ামছন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ ১ নৱেম্বৰৰ পৰা মুম্বাহৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত–নিউজিলেণ্ডৰ মাজৰ তৃতীয় তথা অন্তিমখন টেষ্ট৷ এই টেষ্টখনৰ পৰাও বাদ পৰিছে নিউজিলেণ্ডৰ তাৰকা বেটাৰ কেন উইলিয়ামছন৷ উইলিয়ামছনে ইংলেণ্ডৰ বিৰুদ্ধে হ’ব…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ অক্টোবৰ, কাতি মাহৰ ১৩ তাৰিখ বুধবাৰঃ তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্রঃ হস্তা, যাত্রাঃ নাই মেষঃ মঙলৰ শুভ প্রভাৱত ধন আৰু সম্পত্তি লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণতে মানসিক দুখ পাব পাৰে৷ প্রেম–প্রণয়ত সাফল্য আহিব৷ আর্থিক ক্ষেত্রত মধ্যম…

পাঁচ লাখ টকা নিদিলে তোৰ ল’ৰা নাপাবি, পুলিচক জনালে বিপদ কিন্তু…

📌  টিংখাঙত স্বামীহাৰা মহিলাক ধন দাবী নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ টিংখাঙত এগৰাকী স্বামীহীন সাধাৰণ মহিলাক ধন দাবীৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মহিলাগৰাকীৰ পৰা ৫ লাখ টকা ধন দাবী অচিনাক্ত দুৰ্বৃত্তৰ। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰী…

উপ-নিৰ্বাচন : চামগুৰিত আৰক্ষীৰ তালাচীত জব্দ ৪ লক্ষাধিক টকা

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ নিৰ্বাচনীবিধি বলৱৎ হৈ থকাৰ সময়ত ৰূপহীহাট আৰক্ষীৰ অভিযান৷ আৰক্ষীৰ অভিযানত জব্দ ৪ লাখ ৩০ হেজাৰ ২০০ টকা৷ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ শিঙিমাৰীত আৰক্ষীয়ে চলায় এই অভিযান। নিৰ্বাচনী বিধি উলংঘা কৰি বৃহৎ পৰিমাণ টকা লৈ…

৩০০০০ টকাত সদ্যোজাত কন্যা সন্তানক বিক্ৰী পিতৃৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ দৰিদ্ৰতাৰ এক ভয়াৱহ ছবি প্ৰকট হল ধেমাজিত ৷ মাথোঁ ত্ৰিশ হাজাৰ টকাৰ বিনিময়ত সদ্যোজাত কন্যা শিশু সন্তানক নিজ পিতৃ মাতৃয়ে বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷ আমি নাইকোৱা এই কথা। অসম চৰকাৰৰ শিশু কল্যাণ সমিতিয়ে আৰক্ষীৰ…