ভব্য আয়োজনেৰে কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, অতিথিৰ তালিকাত কোন কোন ?
ডিজিটেল ডেস্ক, ১১ মে' : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাইলৈ (১২ মে’) গুৱাহাটীত শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৃহৎ আয়োজনেৰে এই শপতগ্ৰহণ অনুষ্ঠান কাইলৈ পুৱা ১১:৪০ বজাৰ…