নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ চনত সম্ভৱ নহ’ব ‘গগনযান মিছন’

🔹 ‘ইছৰো’ৰ মুৰব্বী এছ সোমনাথৰ গুৰুত্বপূর্ণ ঘোষণা 🔹 পুনৰ পিছুৱালে মহাকাশলৈ ভাৰতীয় নভোচৰ প্রেৰণৰ অভিযান নিউজ ডেস্ক, ২৯ অক্টোবৰ : পুনৰ পিছুৱাই দিয়া হ’ল মহাকাশলৈ ভাৰতীয় নভোচৰ প্রেৰণৰ অভিযান৷ কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ‘ইছৰো’ৰ তৰফৰ পৰা…

ঝাৰখণ্ডৰ সংস্কৃতি-পৰিচয়ত অশান্তিৰ কাৰক অনুপ্ৰৱেশকাৰী : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ গৰম বতাহ বলিছে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ। উত্থান-পতন তথা থ্ৰিলাৰ ছাছপেঞ্চেৰে ভৰপূৰ এইবাৰৰ নিৰ্বাচনত উঠিপৰি লাগিছে বিজেপি। এই দিশৰ পৰা আছে এক অসম কানেকচন। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষনেতা ড০…

ৰতন টাটাৰ উইলত ৰান্ধনী–পোহনীয়া কুকুৰৰ নাম

🔹 কিংবদন্তি উদ্যোগপতিয়ে সকলোকে দিছে সম্পত্তিৰ ভাগ নিউজ ডেস্ক, ২৯ অক্টোবৰ : ৮৬ বছৰ বয়সত দেহাৱসান ঘটিছে উদ্যোগপতি ৰতন টাটাৰ৷ কেৱল উদ্যোগপতিয়েই নহয়, সেৱা আৰু দানধর্মত টাটাৰ দৰে মানুহ দেশত বিৰল৷ গতিকে, সমগ্র দেশত ৰতন টাটাৰ জনপ্রিয়তা আছিল…

১ নৱেম্বৰত কামৰূপ মহানগৰত স্থানীয় বন্ধ ঘোষণা

🔹 দীপাৱলী : বন্ধ থাকিব সকলো চৰকাৰী কার্যালয়-শৈক্ষিক প্রতিষ্ঠান বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত অহা ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে৷ সাধাৰণ প্রশাসন বিভাগে এখন অধিসূচনাৰ জৰিয়তে জিলাখনত স্থানীয়…

দুৰ্ঘটনাত পতিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নৰ কনভয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ কালি সন্ধিয়া তিৰুৱনন্তপুৰমত এজন দুচকীয়া বাহন চালকক বচাবলৈ পাইলট গাড়ীখন হঠাতে ৰৈ যোৱাৰ ফলত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কনভয়ৰ অংশ হিচাপে থকা কেইবাখনো বাহনৰ মাজত সংঘৰ্ষ হয়। মুখ্যমন্ত্ৰীগৰাকীৰ…

৬ মাহতে পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক পদ ত্যাগ গেৰী কার্ষ্টেনৰ

🔹 পাকিস্তান ক্রিকেটত পুনৰ অস্থিৰতা : ব’ৰ্ডৰে মতানৈক্য ইছলামাবাদ, ২৯ অক্টোবৰ : পাকিস্তান ক্রিকেটৰ দুটাকৈ ডাঙৰ খবৰ৷ দেওবাৰে পাকিস্তান ক্রিকেট ব’র্ডে বাবৰ আজমৰ স্থানত উইকেটকীপাৰ–বেটাৰ মহম্মদ ৰিজৱানক নিযুক্তি দিয়ে বগা বলৰ অধিনায়ক হিচাপে৷…

ক্ষমতা দখলৰ যুঁজ

অসমত আকৌ আৰম্ভ হৈছে আবতৰীয়া নির্বাচনী যুঁজ৷ ২০২১ৰ বিধানসভা নির্বাচনত নির্বাচিত পাঁচগৰাকী বিধায়ক শেহতীয়া লোকসভা নির্বাচনত নির্বাচিত হোৱাৰ ফলতে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বঙাইগাঁও, চিদলী, চামগুৰি, বিহালী আৰু ধলাই সমষ্টিৰ নির্বাচন৷ শাসকীয়…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ অক্টোবৰ, কাতি মাহৰ ১২ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ মেষ : বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ প্রেমত গতানুগতিক৷ শুভ ৰং কমলা,…

নলবাৰীৰ ডি বি ব্ৰকিং কাৰ্যালয় ছীল চিবিআইৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ ৰাজ্যজুৰি আতংক সৃষ্টি কৰা নলবাৰীৰ ডি বি ষ্টক ব্ৰকিঙৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মন বিগত দুমাহধৰি পলাতক হৈ থকাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰাত সমগ্ৰ ঘটনাটোৱে নতুন মোৰ লয়। প্ৰৱঞ্চকটো আৰক্ষীৰ জালত পৰাৰ পিছতেই কালি ছয় জনীয়া…

পাণ্ডুত নিৰ্মীয়মাণ জাহাজ মেৰামতি কেন্দ্ৰ পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ অক্টোবৰঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাণ্ডু বন্দৰত উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…