গহপুৰৰ ঘাঁহিগাঁৱত দুখন গাড়ীসহ ২৫টা চোৰাং গৰু জব্দ, চাৰিজনক আটক
উত্তৰ অসমত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰাং গৰু সৰবৰাহকাৰী। নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই হঠাৎ সক্ৰিয় হৈ উঠা গো-মাফিয়াই উত্তৰ অসমৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিশা সৰবৰাহ কৰিবলৈ লৈছে গো-ধন। ধেমাজি, চিলাপথাৰ আদি এলেকাৰ পৰা নিশা ট্ৰাক আৰু বলেৰ'…