নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন্ত ৰাস সমিতিক ২৫ হাজাৰকৈ অর্থসাহায্য

🔹 মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত ষ্টাফ ৰিপ’টাৰ, ২৮ অক্টোবৰ : ৰাজ্যৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহক চৰকাৰৰ তৰফৰ পৰা এইবাৰ ২৫ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ…

২ মাহত অসমত ধৃত ১৩৮ বাংলাদেশী অনুপ্রৱেশকাৰী

🔹 ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ অবৈধভাৱে প্রৱেশ বাংলাদেশীৰ বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত অসম–বাংলাদেশ সীমান্তত বিএছএফ আৰু অসম আৰক্ষীয়ে সতর্ক দৃষ্টি ৰাখিছে৷ বিএছএফৰ লগত অসম আৰক্ষীয়ে…

নৱজ্যোতি নগৰৰ শিৱ মন্দিৰত চোৰৰ চাফাই অভিযান

🔹 চি চি টিভি কেমেৰাত বন্দী চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত প্ৰতিদিনে চোৰৰ সন্ত্ৰাস অব্যাহত আছে। একাংশ নিচাসক্ত কিশোৰ-যুৱকে অসৎ পন্থা অৱলম্বনেৰে ধৰ্মীয় অনুষ্ঠানসমূহকো লক্ষ্য কৰি…

কেন্দ্রীয় কর্মচাৰীৰ সমহাৰত ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি ৰাজ্য চৰকাৰৰ

🔹 দীপাৱলীৰ প্রাকক্ষণত ৰাজ্যিক কর্মচাৰীৰ বাবে সুখবৰ মুখ্যমন্ত্রীৰ বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : দীপাৱলীৰ প্রাকক্ষণত ৰাজ্যিক কর্মচাৰী–পেন্সনাৰসকলৰ বাবে সুখবৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ…

সশস্ত্র বাহিনীত অসমৰ প্রতিনিধিত্ব

🔹 ৰাণা প্রতাপ কলিতা লেফটেনেণ্ট জেনেৰেল (অৱঃ) ‘নিয়মীয়া বার্তা’ৰ সৈতে চলিত বর্ষৰ ১৬ মার্চত হোৱা এক সাক্ষাৎকাৰত মোক সোধা হৈছিল যে উত্তৰ–পূর্বাঞ্চলৰ যুৱক–যুৱতীসকল কিয় সশস্ত্র বাহিনীত যোগদান কৰিবলৈ বৰ বেছি আগ্রহী নহয়, ইয়াৰ বিপৰীতে হিমাচল…

ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী, কাতিতে কলপকা দিছে ধানে

🔹 ঢকুৱাখনাৰ পথাৰত আঘোণৰ ব্যস্ততা নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : কাতিতে কলপকা দিছে ধানে। পথাৰৰ পকা ধানে ৰিঙিয়াই মাতিছে সবাকে গাভৰু পথাৰলৈ। কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ।ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী। পূৰঠ ধানৰ থোকে উজলাই…

মহাপ্রৱঞ্চক দীপাংকৰ বর্মনক গোৱাত গ্রেপ্তাৰ

🔹 ডিবি ষ্টকৰ নামত হাজাৰ হাজাৰ কোটি লুণ্ঠন কৰি দুমাহে পলাতক 🔹 দীপাংকৰৰ বেগত উদ্ধাৰ ২৭ লক্ষাধিক টকাসহ সোণৰ অলংকাৰ বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : শ্বেয়াৰ মার্কেটৰ অনলাইন ট্রেডিঙেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ অলীক স্বপ্ণ দেখুৱাই ৰাইজৰ পৰা…

পুনৰ অশান্ত মধ্যপ্রাচ্য

প্রত্যাক্রমণ আৰম্ভ৷ ইজৰাইলৰ আক্রমণত কঁপি উঠিল ইৰানৰ ৰাজধানী তেহৰানসহ একাধিক অঞ্চল৷ হিজবুল্লাৰ মুৰব্বীক হত্যাৰ পিছতে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দি দুই শতাধিক ড্রোন আৰু ক্ষেপণাস্ত্রৰে ইহুদী ৰাষ্ট্রখনৰ ওপৰত ইৰানে আক্রমণ চলোৱাৰ পিছত ইৰানৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ অক্টোবৰ, কাতি মাহৰ ১১ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং…

জুৱা নগৰীত পৰিণত নেতাই ধুবুনীৰ ইতিহাসেৰে সমৃদ্ধ ধুবুৰী

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : নেতাই ধুবুনীৰ ইতিহাসেৰে সমৃদ্ধ  ধুবুৰী চহৰ ক্ৰমশঃ জুৱা নগৰীত পৰিণত হ'বলৈ লোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যে ধুবুৰীৰ পাৰ্শ্বৱৰ্তী একাংশ দুৰ্গম অঞ্চলত  নাওখেল প্ৰতিযোগিতাৰ গইনা লৈ জুৱাৰ আড্ডা বহাৰ বাতৰিয়ে সংবাদ…