ৰাছিয়া-ইউক্ৰেইন সংঘাত সমাধানত আলোচনা-কূটনীতিয়েই একমাত্ৰ বিকল্প : মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে কথা পাতি সকলো শান্তি প্ৰচেষ্টা আৰু ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থনৰ কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও ফোন বাৰ্তালাপত ৰাষ্ট্ৰপতি জেলেনস্কিক কয় যে ভাৰতে ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াই যাব।…
Read More...