ঢকুৱাখনা উচ্চতৰ মাধ্যমিকত সংহত বিজ্ঞানাগাৰ ভৱন
ঢকুৱাখনা সম জিলাৰ অগ্ৰণী শিক্ষনুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত সংহত বিজ্ঞানাগাৰ ভৱনটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে।
সমগ্ৰ শিক্ষা,অসমৰ অধীনৰ পুঁজিৰ ১৮ লাখ ৯৭ হেজাৰ টকা ব্যয়ৰে নিৰ্মিত উক্ত ভৱনটোৰ ফিটা কাটি উদ্ধোধন কৰাৰ পিছতেই ভৱন প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক…
Read More...