জীনছ-টিছাৰ্ট বন্ধ : মহাৰাষ্ট্ৰৰ স্কুলত ড্ৰেছ কোড নীতি প্ৰযোজ্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ বিদ্যালয়ৰ শিক্ষকসকলে সাজ-পোছাক নিয়ম মানি চলিব। এতিয়া এই ৰাজ্যত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে তাত থকা শিক্ষকসকলৰ বাবেও সাজ-পোছাক প্ৰযোজ্য হ’ব। এটা নিৰ্দিষ্ট ধৰণৰ সাজ-পোছাক পিন্ধি স্কুললৈ আহিব লাগিব। মহাৰাষ্ট্ৰত এই নিয়ম ওলাইছে যাৰ অধীনত বিদ্যালয়সমূহে সিদ্ধান্ত ল’ব যে তেওঁলোকৰ পুৰুষ-মহিলা শিক্ষকসকল কেনেধৰণৰ কাপোৰ…
Read More...