হোজাই উপায়ুক্ত কার্যালয়ত ৭ পদত নিযুক্তিৰ জাননী
হোজাই জিলা উপায়ুক্তৰ কার্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ ষ্টেনোগ্রাফাৰ (১) আৰু জুনিয়ৰ এছিছটেণ্ট (৬)ৰ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ ষ্টেনোগ্রাফাৰ পদৰ বাবে প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি ষ্টেনোগ্রাফীৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ…
Read More...