মহানগৰীত নতুনকৈ ৰং কৰা দেৱালত ‘NO CAB’
- মহানগৰীৰ ভিন্ন স্থানৰ ৰং কৰা দেৱালত কেব বিৰোধী শ্ল’গান
- পিক নহয়, এইবাৰ নিশাটোৰ ভিতৰতে মহানগৰীৰ দেৱাল ভৰিল CAB বিৰোধী শ্ল’গানেৰে
- ৰং কৰা দেৱাল পুনৰ লিখাক লৈ প্ৰতিক্ৰিয়া
- নিশাৰ ভিতৰতে একাংশ প্ৰতিবাদকাৰীয়ে কৰিলে এই কাৰ্য
- মহানগৰীৰ দেৱাল লিখনেৰে প্ৰতিবাদ একাংশৰ
- নতুনকৈ ৰং কৰা দেৱালে দেৱালে কেব বিৰোধী বিভিন্ন শ্ল’গান
- অৱশ্যে পৰৱৰ্তী সময়ত প্ৰশাসনৰ লোকে এইশ্ল’গানসমূহ আতৰাই পেলায়