নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ(ম) জিলা প্ৰশাসনৰ জৰুৰী সেৱাত জড়িত লোকৰ বাবে ই- পাছৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা ১৬ এপ্ৰিলঃ দেশব্যাপি লকডাউনৰ মাজতে কামৰূপ (ম) জিলাৰ প্ৰশাসনে চিকিৎসা আৰু জৰুৰী সেৱাৰ লগত জড়িত সকলৰ বাবে ই -পাছৰ ব্যৱস্থা কৰিছে। জিলা প্ৰশাসনে বিষয়াসকলৰ ফোন নম্বৰ ছ’চিয়েল মিডিয়াৰ যোগেদি মুকলি কৰিছে। ই-পাছৰ বাবে যোগাযোগ কৰিব লগা বিষয়া সকল হৈছে

শ্ৰী বিপুল দাস এচিএচ অতিৰিক্ত উপায়ুক্ত কামৰূপ
শ্ৰী কৌস্তভ তালুকদাৰ PO DDMA, কামৰূপ(ম) 8638112297
DDMA হুৱাটচএপ 8638112297
ASDMA :1077

You might also like