গুৱাহাটীত হুক্কা বাৰসমূহ বন্ধৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ অসম চৰকাৰে এক আদেশ যোগে গুৱাহাটীস্থিত সকলো হুক্কা বাৰ বন্ধ কৰাৰ এক নিৰ্দেশ জাৰি কৰিছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত চলি থকা হুক্কা বাৰ সমূহ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
জি এম চিৰ আয়ুক্তই যোৱা ১৮ ডিচেম্বৰত জাননী খন জাৰি কৰিছে। জাননী খনত কোৱা হৈছে যে হুকা বাৰ সমূহ সাত দিনৰ ভিতৰত বন্ধ কৰিব লাগিব।
Assam: State govt orders closure of all ‘Hookah Bars’ in Guwahati with immediate effect. No further applications for renewal or issuance of trade licenses for ‘Hookah Bars’ will be entertained by the Guwahati Municipal Corporation.
— ANI (@ANI) December 19, 2020