নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ মহানগৰীত স্বেচ্ছাসেৱী সংগঠনৰ ছেনীটাইজাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ১৪জুনঃ ক’ৰোনাৰ সংক্ৰমণ ৰোধত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে ভাইৰাছবিধৰ বিৰুদ্ধে দেশজুৰি চলি থকা যুঁজখনত সহায়ক হোৱাকৈ All Assam Information & Awareness Organization নামৰ সংগঠনটোৱে ৰাজ্যখনত ভিন্ন ধৰণৰ প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

 

আজি সংগঠনটোৱে গুৱাহাটীৰ ‘ঘোঁৰামাৰা’ প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টত আবকাৰী বিভাগৰ বিষয়া শৈলেন্দ্ৰ পাণ্ডেৰ সহোযোগত ছেনিটাইজাৰৰ লগতে কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰা হয়। লগতে জনসাধাৰণক স্বাস্থ্য সজাগতাৰ বাবে নানা পৰামৰ্শ আগবঢ়ায়।

 

You might also like