স্বাগতম নৱবর্ষ
সময়ৰ বয়স কিমান, সেয়া জনাৰ উপায় নাই৷ কাক অথ্বা কি বিচাৰি ইয়াৰ যাত্রা, সেয়াও অজ্ঞাত৷ ই মাথোঁ সন্মুখৰ পিনে গৈ থাকে৷ গৈ থাকে৷ সময়ৰ গতি অনিৰুদ্ধ৷ তাহানিৰ হিম যুগৰ পৰা আজি উত্তৰ আধুনিক যুগলৈ পৃথিৱীখন হু সলনি হ’ল৷ মানুহৰ াসোপযোগী হৈ নথকা দিনটোক অতিক্রমি আজি মানুহে গগণচুম্বী অট্টালিকাত াস কৰ্বি পৰা হ’ল৷ মানুহৰ প্রসাৰিত হাত দুখনে পৃথিৱীৰ পৰিসীমা ভেদ কৰি মহাকাশ চুব পৰা হ’ল৷ কিন্তু সময়ৰ দিশ আৰু গতি সলনি নহ’ল৷ ইয়াৰ একমুখী যাত্রা একমুখী হৈয়েই থাকিল৷ ই অসহ্যকৰভাৱে নিৰপেক্ষ আৰু উদাসীন৷ কাৰো ােব ৰৈ নাথাকে৷ ক’ত কি ঘটিল, তালৈও ভ্রূক্ষেপ নকৰে৷ কিন্তু সময়ে মানুহক কথা শিকাই যায়৷ অতীতৰ পৰা তমান হৈ ভৱিষ্যতলৈ ইয়াৰ যাত্রাপথত আমি সাঁচি ৰখা কথােবাৰ আমাৰ ােব শিক্ষক হৈ ৰয়৷ অৱশ্যে ইয়াতো সময়ৰ কোনো ভূমিকা নাই৷ আমি পল–নুপল, দিন–বাৰ, মাহ–বছৰৰ হিচাপত ভাগ ভাগকৈ কাহিনীেবাৰ সাঁচি ৰাখোঁ৷ অতীতলৈ উভতি গৈ তাকে ফালি ফালি ক’ত ভুল হ’ল, কিয় ভুল হ’ল, কেনেকৈ ভুল হ’ল, কিমান ভুল হ’ল, কেতিয়া ভুল হ’ল, কি কৰিলে ভাল হ’, কেনেকৈ কৰিলে ভাল হ’, সেইেবাৰ বিশ্লেষণ কৰি তমান আৰু ভৱিষ্যটোক সজাওঁ৷ ছৰো সময়ৰ তেনে এটা ভাগ৷ এটা ছৰৰ পৰা আনটো ছৰলৈ সময়ৰ যাত্রাৰ মাজতে আমি নিজকে এবাৰ জুখি চাওঁ৷ এবাৰ এৰি অহা দিনেবাৰলৈ উভতি চাওঁ৷ তাৰ পিছত নতুন ছৰটোৰ ােব কি কৰিলে ভাল হ’, কেনেকৈ কৰিলে ভাল হ’, তাক এবাৰ যুকিয়াই চাওঁ৷ সেয়ে নৱ্বর্ষৰ প্রথম দিনটোক অনেকেই জীৱনৰ এটা গুৰুত্বপূর্ণ দিন হিচাপে গণ্য কৰে৷ এই দিনটো আশাৰ দিন৷ সংকল্পৰ দিন৷ এৰি অহা ছৰ অর্থাৎ ২০২০ চনটো পৃথিৱীৰ ােব এটা অভিশপ্ত ছৰ আছিল৷ আধুনিক যুগৰ পৃথিৱীখনত এনে এটা ছৰ আহ্বি, সেইটো মানুহৰ কল্পনাৰো অগোচৰ আছিল৷ হঠাতে কোটি কোটি মানুহ অকল্পনীয়–বর্ণনীয় অসহায় হৈ পৰিছিল৷ যেন সমগ্র পৃথিৱীখন নৰিয়াত পৰিছিল৷ কিন্তু চিকিৎসা জগতখনত নাছিল ইয়াৰ কোনো উত্তৰ৷ ক’ভিড–১৯ নামৰ এই ভাইৰাছটোৱে কাক কাবু কৰা নাছিল চিকিৎসা বিজ্ঞানত বিকাশেৰে খ্যাতিৰ শিখৰত আৰোহণ কৰা আমেৰিকা যুক্তৰাষ্ট্র, ইটালী, ইংলেণ্ডৰ দৰে দেশক আঁঠুকাঢ়্বিলৈ াধ্য কৰিছিল৷ ৰাজপথ শূন্য হৈ পৰিছিল৷ ঘৰৰ ভিতৰতে আবদ্ধ থাক্বিলৈ াধ্য হৈছিল কোটি কোটি লোক৷ ২৪ ঘণ্টাত এপলকৰ ােবও টোপনি নমৰা চঞ্চল নগৰ–মহানগৰ হৈ পৰিছিল মৰিশালিসদৃশ৷ হয়তো এইবােবই মানৱ সভ্যতাই ২০২০ ষটোক এটা ছৰ হিচাপে মনত ৰাখ্বিলৈ টান পাব৷ যিমান সোনকালে পাৰি, ইয়াক স্মৃতিৰ কোঠাটোৰ পৰা মচি পেলাবলৈ চেষ্টা চলাই থাক্বি৷
বিশেষকৈ সেই ৰাষ্ট্রকেইখনত, য’ত অতিমাৰী ক’ৰোনাই মৃত্যুৰ মিছিল পাতিছিল৷ শৱদেহ থ’লৈ ঠাই নাইকিয়া কৰিছিল৷ কিন্তু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে কালৰাত্রিৰ কুতে লুকাই থাকে প্রভাত৷ সেই প্রভাত চুবলৈ হ’লে আমি মানৱ সভ্যতাই ভুলেবাৰ শুধৰাব লাগ্বি৷ পৃথিৱীখন যাতে এনে ধৰণৰ মহাবিপর্যয় আৰু মহাসংকটত দ্বিতীয়বাৰ নপৰে, তাৰ ােব যত্নপৰ হ’ লাগ্বি৷ নহ’লে কালৰাত্রিৰ কাল াঢ়ি গৈ থাক্বি৷ নতুন ছৰটো বিগত ষটোৰ দৰে নহওক, সেয়া এই মুহূর্তত সকলোৰে একান্ত প্রার্থনা অথ্বা কামনা৷ ইয়াৰ মাজতে বিগত ষটোৱে কিছু আশাৰ খ্বৰ নিদিয়াকৈও থকা নাই৷ এই ষটোত তাৰ সুফল পৃথিৱীবাসীয়ে পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ পৃথিৱীৰ হু দেশত নৱ্বর্ষটোতে ক’ৰোনাৰ ভেকচিন জাৰলৈ অহাৰ কথা৷ ভাৰত্বর্যতো ভেকচিন প্রয়োগৰ অর্থে বিশাল পৰিসৰত অনুশীলন আৰম্ভ হৈছে৷ ইয়াৰ পৰৱর্তী পর্যায়ত দেশখনত ভেকচিন প্রয়োগৰ অভিযানটোও আৰম্ভ হৈছে৷ তাৰে মাজতে আশাক আহত কৰ্বি পৰাকৈ েবয়া খ্বৰ এটাও আহিছে৷ ইংলেণ্ডত ভাইৰাছটোৰ নতুন প্রকাৰ এটাৰ বিকাশ ঘটিছে৷ ইয়াৰো পৰিধি ক্রমশঃ দ্ধি পাবলৈ ধৰিছে৷ ভাৰত্বর্ষতো নতুন প্রকাৰৰ ভাইৰাছটোত আক্রান্ত ইংলেণ্ডফেৰৎ লোক পোৱা গৈছে৷ এই প্রকাৰটোৰ সংক্রমণ প্রৱণতা পূবৰ তুলনাত সত্তৰ গুণ অধিক লি বিজ্ঞজনে সদৰী কৰিছে৷ সবাতোকৈ উদ্বেগজনক কথাটো হ’ল, ভাইৰাছটোৰ নতুন অৱতাৰটোৰ পৃথিৱীত আবির্ভাৱ ঘটাৰ সময়ছোৱাত বিশ্বৰ বহু দেশ ক’ভিড–১৯ক পৰাভূত কৰ্বি পৰাকৈ গৱেষণা তথা ভেকচিন উৎপাদনত ভালেখিনি আগবাঢ়ি গৈছে৷ নতুন প্রকাৰৰ ভাইৰাছটোক যদি এই ভেকচিনসমূহে পৰাভূত কৰ্বি নোৱাৰে, মানৱ সভ্যতাই পুনৰ অপেক্ষা, সংযম, সতর্কতা, সাৱধানতাৰ পৰীক্ষাত অৱতীর্ণ হ’লগীয়া হ’ পাৰে৷ কিন্তু মানুহ আশাবাদী৷ সভ্যতাৰ ইতিহাসে ইয়াক চিঞৰি চিঞৰি কৈ আহিছে৷ তদুপৰি, কবি হেম ৰুৱায়ো কৈছে, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া৷