আজিৰ দিনটোৰ ৰাশিফল
মেষঃ দুই ধৰণৰ চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷ পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
বৃষঃ কর্মৰ ওপৰত বিশ্বাস থাকিব৷ কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে৷ আর্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব৷ সন্তানৰ ভালেই৷ সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যোগ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
মিথুনঃ সাধাৰণ খং–ৰাগ৷ কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব৷ প্রেম–প্রীতিত মধ্যম আবেগ বৃদ্ধি৷ খৰচ বাঢ়িব৷ দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব৷ সাময়িকভাৱে চিন্তাৰ পৰিৱেশ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৫৷
কর্কটঃ ক্ষিপ্র পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্রকট নহ’ব৷ শৰীৰৰ প্রতি যত্ন লোৱাটো দৰকাৰ৷ বিদ্যার্থীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ কিন্তু তেওঁলোকৰ ওপৰত নির্ভৰ নকৰাই ভাল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
সিংহঃ ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্রণৰ চেষ্টা কৰক৷ বিদ্যা লাভত বাধা কম৷ ভ্রমণাদিত কষ্ট হ’লেও শুভ৷ পিতৃৰ কথাত নিৰুৎসাহ৷ শৰীৰ বৰ ভালেৰে যোৱা টান৷ নতুন সংবাদত আনন্দ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷
কন্যাঃ আনৰ কথাত অসন্তুষ্টি প্রকাশ৷ শাৰীৰিক বিশেষ দুর্ভাৱনা নাই৷ আত্মীয়ৰ সংগ লাভ৷ বিদ্যাত বেয়া নহ’ব৷ সক্রিয় কর্মত উন্নতি৷ ব্যৱসায়ত খুব বেয়া নহ’ব৷ বন্ধু লাভ৷ ভ্রমণ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷
তুলাঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব৷ বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব৷ আর্থিকত চিন্তিত৷ খৰচৰ মাত্রা বৃদ্ধি৷ ব্যস্ততা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
বৃশ্চিকঃ কেতু, মঙ্গল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই৷ কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব৷ শৰীৰ মধ্যম৷ বিদ্যাত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷
ধনুঃ দৰিদ্র নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব৷ দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্রভাৱ৷ অর্থ লাভ৷ স্বার্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
মকৰঃ মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক৷ খৰচ পাতিৰ লগত কাৰো বাবে মনত দুখ বা অযথা কর্মত সময় অপব্যয় হ’ব৷ বিদ্যাত জটিলতা নাপায়৷ কর্মদৈত অযথা মন্থৰতা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
কুম্ভঃ ইচ্ছকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায়৷ ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়৷ প্রাপ্যাদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৪৷
মীনঃ খং–ৰাগ বৃদ্ধি পাব পাৰে৷ শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই৷ অৱস্যে প্রাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব৷ ঘৰুৱাত মধ্যম৷ ভ্রমণত সাৱধান হ’লে ভয় কম৷ পঢ়াত মধ্যম৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৮৷