নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শৰীৰ সুস্থিৰ থাকিব৷ ভবা মতে কাম কৰিব পাৰিব৷ আর্থিকত অভাৱ থাকিব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃষঃ মন চঞ্চল হ’ব৷ শিক্ষার্থীসকলৰ মনত আনন্দ আৰু আগ্রহ বাঢ়িব৷ প্রেমত শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
মিথুনঃ পাৰিবাৰিক দিশত সুখ–শান্তি থাকিব৷ নতুন কর্মৰ সম্ভেদ পাব৷ বিবাহ প্রার্থীৰ বাবে সুখবৰ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
কর্কটঃ দিনটো শুভ যদিও ১২ বজাৰ পিছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে৷ শিৱৰ মন্ত্র জপ কৰিব৷ নীলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ১৷
সিংহঃ বাধা–বিঘিনিৰ মাজেৰে কর্মত সফলতা পাব৷ মনৰ অশান্তি৷ খং, ৰাগ বৃদ্ধি হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
কন্যাঃ নিজকে অলপ সতর্ক কৰি ৰাখক৷ কিছুমান সিদ্ধান্তত খেলিমেলি হ’ব পাৰে৷ কর্মক্ষেত্রত সামান্য উন্নতি দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
তুলাঃ পাৰিবাৰিক আৰু প্রেমত শান্তি, তথাপিও অলপ বাধা হ’ব পাৰে৷ বন্ধুবর্গৰ পৰা দূৰত থাকক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ ব্যৱসায়ত মধ্যমীয়া৷ ভ্রমণত কষ্ট৷ ৰাজনীতি, সমাজকর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়৷ শুভ সংখ্যা ৯৷
ধনুঃমনত দুশ্চিন্তা আৰু অশান্তিয়ে বৃদ্ধি পাব৷ ভবা কথা আনৰ আগত প্রকাশ নকৰিব৷ দাম্পত্যত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
মকৰঃ শৰীৰটো আগতকৈ কিছু উন্নত হ’ব৷ পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব৷ নতুন সংবাদে আনন্দিত কৰিব পাৰিব৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷
কুম্ভঃশৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই৷ দুশ্চিন্তা থাকিব৷ কিন্তু সামগ্রিক ফলত কষ্ট নাপাব৷ দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব৷ বিদ্যাত উৎসাহ৷
মীনঃ মানসিক ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে৷ বিবাহ প্রার্থীৰ বাবে সু–সংবাদ আহিব পাৰে৷ নতুন কর্মৰ সন্ধান পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

You might also like