অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভা নিৰ্বাচন স্থগিত
- অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্য সভাৰ নিৰ্বাচন ক’ৰোনা ভাইৰাছ বাবে স্থগিত ৰাখিছে।
- নিৰ্বাচন আয়োগে এই কথা আজি জানিবলৈ দিছে।
- অতি সোনকালে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নতুন তাৰিখ।
- মনকৰিব লগীয়া এই যে ৫৬ খন আসনৰ বাবে অহা ২৬ মাৰ্চত ৰাজ্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।