নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত গ্ৰেপ্তাৰ অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক

এন.ডি.পি.এচৰ ধাৰাৰ অধীনত গোচৰ ৰুজু

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ সোমবাৰে নিশা কলকাতাৰ ৱেষ্ট পৰ্ট অঞ্চলত অসমৰ দুজন ড্ৰাগছ সৰবৰাহাকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ পৰা ১৩৩ কিঃগ্ৰাঃ ড্ৰাগছ উদ্ধাৰ কৰা হয়। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ বিৰুদ্ধে এন.ডি.পি.এচৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

You might also like