নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলদীপ সিং ছেনগাৰক আজীৱন কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ উন্নাওৰ এগৰাকী কিশোৰীক ধর্ষণ আৰু অপহৰণৰ ঘটনাত দোষী সাব্যস্ত হোৱা উত্তৰ প্রদেশৰ প্রাক্তন বিজেপি বিধায়ক কুলদীপ সিং ছেনগাৰক দিল্লীৰ এখন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ চি বি আয়ে অপৰাধী ছেনগাৰৰ বিৰুদ্ধে সর্বোচ্চ শাস্তি বিচাৰিছিল আৰু উৎপীড়নৰ বলি হোৱা নাবালিকাগৰাকীৰ বাবে পর্যাপ্ত ক্ষতিপূৰণ দাবী কৰিছিল ৷ আদালতে ২৫ লাখ টকাৰ জৰিমনাও বিহে ৷

You might also like