ক’ৰোনাত জয়ী হৈছে গোৱা, ৰাজ্যত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা শূণ্য
নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ গোৱাৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিত ৰাণে কয় যে গোৱাত ক’ৰোনাৰ সংক্ৰমণ এতিয়ালৈকে এটাও পোহৰলৈ অহা নাই। ইয়াত ক’ৰোনা সংক্ৰমিত লোকৰ সংখ্যা শূণ্য । যিকেইজন লোক ক’ৰোনাৰ পজিটিভ আছিল এতিয়া সকলো নিগেটিভ হৈছে। গোৱাৰ স্বাস্থ্য মন্ত্ৰী জনে সকলো স্বাস্থ্য কৰ্মীকে ধন্যবাদ জ্ঞাপন কৰে।
Zero indeed has great value. Immensely happy to announce that all the #COVID19 positive cases in Goa are now negative. Very grateful to our doctors & frontline workers who worked tirelessly & risked their lives to save others: Vishwajit Rane, Goa Health Minister. pic.twitter.com/h7xWGtxCy6
— ANI (@ANI) April 19, 2020
আনহাতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তেও সকলো স্বাস্থ্য কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে তিনি এপ্ৰিলৰ পিছত ৰাজ্যখনত এজনো লোক কৰোনাত সংক্ৰমিত হোৱা নাই।
A moment of satisfaction and relief for Goa as the last active #COVID19 case tests negative. Team of doctors and entire support staff deserves applause for their relentless effort. No new positive case in Goa after 3rd April: Dr. Pramod Sawant, Chief Minister of Goa pic.twitter.com/BEApw0YC4y
— ANI (@ANI) April 19, 2020