নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ জম্মু আৰু কাশ্মীৰৰ পুঞ্চ অঞ্চলত আজি পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে। পাকিস্তানী সেনাই ভাৰতৰ কেইবাটাও অঞ্চল শাহপুৰ, কিৰানী আৰু মালতীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ভাৰতীয় সেনা বাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।

শেহতীয়া খবৰ অনুসৰি মতে এই গুলীচালনাত দুজন ভাৰতীয় নাগৰিক নিহত আৰু সাতজন লোক আহত হয়।

You might also like