শীতৰ আগমনৰ লগে লগে অধিক মনোমোহা হৈ পৰে হিমাচল প্ৰদেশ । বৰফাবৃত হিমাচলত এতিয়া যেন সৰগ বিচাৰি পাইছে পৰ্যটকসকলে । বিশেষকৈ শীতৰ এই সময়ছোৱাত অধিক মনোমোহা হৈ পৰা হিমাচললৈ ইতিমধ্যে সোঁত বৈছে অগণন পৰ্যটকৰ । হিমাচলৰ এই অপৰূপ সৌন্দৰ্যৰ কেইখন মান আলোকচিত্ৰ তুলি ধৰা হ’ল …



