নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ২০ হাজাৰ অতিক্ৰম কৰিলে ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে COVID-19-এ। প্ৰতিক্ষণত বাঢ়ি আছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমান দেশত আক্ৰান্ত হৈছে ২০,০৮০জন লোক। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,০৩৭জন লোক আৰু মৃত্যু হৈছে ৬৪৫জন লোকৰ। অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা নাই যদিও বৰ্তমান হাস্পতালত আছে ১৪জন লোক। সকলো জনতাক লক ডাউন মানি ঘৰতে থাকিবলৈ আহ্বান।

 

You might also like