নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেওবাৰে পুৱা গোৱাত দুৰ্ঘটনাত পতিত হয় এখন ভাৰতীয় নৌসেনাৰ যুঁজাৰু বিমান মিগ-২৯ কে (MiG-29K)। উল্লেখ্য যে নিয়মীয়া অনুশীলনৰ সময়তে মিগ-২৯ কে যুঁজাৰু বিমানখনৰ এই অঘটন হয় যদিও পাইলট গৰাকী সুৰক্ষিত বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে বুলি নৌসেনাৰ বিষয়ববীয়াই জানিবলৈ দিছে ।
FLASH.
Today morning at around 1030h a Mig 29k aircraft on a routine training sortie crashed off Goa. The pilot of the aircraft ejected safely and has been recovered. An enquiry to investigate the incident has been ordered.@DefenceMinIndia @SpokespersonMoD— SpokespersonNavy (@indiannavy) February 23, 2020