নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে প্ৰস্তুত কৰিলে ক’ৰোনা ভাইৰাছৰ এণ্টিবডী কীট

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ যুদ্ধত ভাৰতে এক বৃহৎ সফলতা লাভ কৰিছে। এইচ এল এল লাইফকেয়াৰ লিমিটেডে ক’ৰোনা ভাইৰাছৰ এন্টিবডী কীট প্ৰস্তুত কৰিছে। এই কীট এন আই ভি পুণেৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত আৰু আৰু আই এম আৰে ইয়াক ব্যৱহাৰ
কৰিবলৈও অনুমতি প্ৰদান কৰিছে। এইচ এল এল লাইফকেয়াৰ কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয়।

You might also like