নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন আৰু বৃদ্ধি নহয়ঃকেন্দ্ৰ

নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশত লকডাউন চলি আছে। পুনৰ লকডাউন বৃদ্ধি হ’ব বুলি উৰাবাতৰিৰ মাজতে আজি কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবাই কয় পুনৰ সমগ্ৰ
ৰাষ্ট্ৰজুৰি লকডাউন বৃদ্ধি কৰাৰ কেন্দ্ৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই। লগতে কেন্দ্ৰীয় সচিব জনে বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈ থকা পুনৰ লকডাউন বৃদ্ধি হোৱাৰ বাতৰিক এক প্ৰকাৰে ভিত্তিহীন বুলি কয়।

You might also like