নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ টোপধ্বনিৰে ট্ৰাম্পক আদৰণি ৰাষ্ট্ৰপতি ভৱনত

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। ৰাষ্ট্ৰপতি ভৱনত ট্ৰাম্পক অভিবাদন। ট্ৰাম্পক আদৰণি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ সহ প্ৰধানমন্ত্ৰী মোডী।

You might also like