ৰাজ্যসভাত কেব উত্থাপন কৰি কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে ?
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ আজি দিনৰ ১২ বজাত ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়কখন উত্থাপন কৰি ৰাজ্যসভাত কি ক’লে শুনকঃ
#WATCH Home Minister Amit Shah speaking on #CitizenshipAmendmentBill in Rajya Sabha. https://t.co/Pj0UjFjZlG
— ANI (@ANI) December 11, 2019