নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সবিশেষঃ দেশত ২৪ ঘণ্টাত ১০৭৪ জন লোক সুস্থ; আৰোগ্যৰ হাৰ ২৭.৫২ লৈ বৃদ্ধি

  • বিগত ২৪ ঘণ্টাত ক’ৰোনাৰ ফলত ৮৩ জন লোকৰ মৃত্যু
  • বিপৰীতে ২৫৭৩ জনৰ দেহত নতুনকৈ ধৰা পৰিছে ক’ৰোনা
  • দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৮৩৬ জনলৈ বৃদ্ধি
  • য’ত সক্ৰিয় ঘটনা ২৯৬৮৫ টা আৰু মৃত্যু ১৩৮৯ টা
  • বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ১০৭৪ জন লোক
  • দেশত ক’ৰোনাত আৰোগ্যৰ হাৰ ২৭.৫২ লৈ বৃদ্ধি
You might also like