নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ তামিলনাডু চৰকাৰে ৰাজ্যখনত বৰ্ধিত ক’ৰোনা আক্ৰান্তৰ সংখ্যালৈ লক্ষ্য কৰি ৩১ আগষ্টলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে । অৱশ্যে তামিলনাডু চৰকাৰে কিছু শিথিলতা ঘোষণা কৰিহে ৩১ আগষ্টলৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে ।
আনহাতে ৰাজ্যখনত প্ৰতি দেওবাৰে থাকিব সম্পূৰ্ণ লকডাউন । উল্লেখ্য যে ব্যক্তিগত যানবাহনৰ আন্তঃজিলা যাতায়তৰ চলাচলৰ অনুমতি প্ৰদান কৰি ই-পাছৰ ব্যৱস্থা কৰা হৈছে ।
Tamil Nadu extends #COVID19 lockdown across the state till August 31 midnight, with certain relaxations. Complete lockdown on Sundays. pic.twitter.com/10vugloRxu
— ANI (@ANI) July 30, 2020