নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NEETৰ ফলাফল ঘোষণা, শীৰ্ষত কোন?

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ আজি ঘোষণা হ’ল NEET ২০২০ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত ওড়িশাৰ ছৈয়েব আফতাৰ নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছৈয়েব। প্ৰথমবাৰলৈ পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছৈয়েব।

You might also like