চিকিৎসকৰ সৈতে কথা পাতি উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নিয়মীয়া বাৰ্তা ২১ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিজৰ সমষ্টি বাৰণাউসীত চিকিৎসকলৰ লগত অনলাইন যোগে এক আলোচনাত মিলিত হয়।
এই আলোচনা কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট আৱেগিক হোৱা দেখা যায়। প্ৰধান গৰাকীয়ে কয় যে মহামাৰীৰ সময়ত স্বাস্থ্য কৰ্মী সকলে যি কাম কৰিলে সঁচাকৈয়ে আদৰণীয়। এই ভাইৰাচৰ বাবে আমাৰ মাজৰ পৰা বহুত আপোনজন হেৰুৱালো। মই সেইসকলৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছো।
कोरोना ने हमसे कई अपनों को छीना है। मैं उन सभी लोगों को अपनी श्रद्धांजलि देता हूं, उनके परिजनों के प्रति सांत्वना व्यक्त करता हूं।
कोरोना की सेकेंड वेव में हमारे हेल्थ सिस्टम पर बहुत बड़ा दबाव पैदा हुआ। डॉक्टर्स, हेल्थ वर्कर्स के परिश्रम से हम इस चुनौती का मुकाबला कर रहे हैं। pic.twitter.com/Zuh8BwsGEe
— Narendra Modi (@narendramodi) May 21, 2021
উল্লেখ্য যে চলিত সপ্তাহত দেশত কভিড সংক্ৰণ হ্ৰাস পাইছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ২,৫৯,৮৯১জন সংক্ৰমিত হৈছে আৰু ৪২০৯ জনৰ মৃত্যু হৈছে।