নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াত ৩২ পদৰ বিজ্ঞাপন

এয়াৰ ইণ্ডিয়া এক্সপ্রেছ লিমিটেডে কঢ়িয়াই আনিছে চাকৰিপ্রত্যাশীলৈ সুখবৰ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি প্রতিষ্ঠানটোত অচিৰেই একাধিক পদত প্রার্থী নিয়োগ কৰা হ’ব৷ খালী পদকেইটাৰ ভিতৰত আছে– মেনেজাৰ–ফ্লাইট ডেছপাটছ (২), মেনেজাৰ–ক্রিউ ছিড্যুল (১), ডেপুটী মেনেজাৰ–ক্রিউ ছিড্যুল (১), ডেপুটী মেনেজাৰ–পাৰেচন (১), ছিনিয়ৰ অফিচাৰ–ক্রিউ ছিড্যুল (২), অফিচাৰ–ক্রিউ ছিড্যুল (২), ছিনিয়ৰ এছিছটেণ্ট–পাৰেচন/কো–র্ডিনেচন (৮), ছিনিয়ৰ এছিছটেণ্ট–ডাটা প্রচেছিং (১), ছিনিয়ৰ এছিছটেণ্ট–পাৰেচন (১), এছিছটেণ্ট–টেকনিকে লাইব্রেৰী (১), চীফ মেনেজাৰ (১), ছিনিয়ৰ অফিচাৰ–ষ্টোর্ছ (৫), অফিচাৰ–ষ্টোর্ছ (১), ষ্টোৰ কীপাৰ (২) আৰু এছিছটেণ্ট ইঞ্জিনীয়াৰ (৩)৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps:// লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ জানুৱাৰী ২০২০

You might also like