ভাৰতীয় ৰে’লৱেত ১,৬৬৩ পদত চাকৰি
ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় ৰে’লৱেৰMinisterial & Isolated Categoriesত পূৰণ কৰা হ’বApprenticeৰ ১,৬৬৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চেণ্ড্রেল ৰে’লৱেৰ ৰে’লৱে ৰিক্রুইটমেণ্ট চেল(Railway Recruitment Cell)ৰ সভাপতি (Chairman)–এ এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছেJunior Stenographer-Hindi, Junior Stenogrpher-English, Staff & Welfare Inspector, Chief Law Assistant, Law Asst. Grade III-Chemist & Metalurgist, Finger Print Examiner, Head Cook, Cook, Senior Publicity Inspector, Publicity Inspector, Photographer, PGT Teacher Biology-Eng. Medium (Male), PGT Teacher English (Male), PGT Teacher English (Female), PGT Teacher Physics (Male), PGT Teacher Political Science (Female), PGT Teacher Computer Science, TGT/Computer Science, TGT Teacher Home Science (Female), TGT Teacher Hindi (Female), TGT Teacher Social Science (Female), PTI English Medium (Male), PTI English Medium (Female), Asst. Mistress-Junior School, Music Mistress, Dance Mistress, Laboratory Asst./School৷ উক্ত খালী পদসমূহRRBৰRRB Ahmeabad (30), RRB Ajmer (49), RRB Allahabad (126), RRB Banglore (103), RRB Bilaspur (28), RRB Bhopal (24), RRB Bhubaneswar (53), RRB Chandigargh (88), RRB Chennai (154), RRB Gorakhpur (76), RRB Guwahati (58), RRB Jammu-Srinagar (59), RRB Kolkata (319), RRB Malda (24), RRB Mumbai (267), RRB Patna (72), RRB Ranchi (21), RRB Secunderabad (95), RRB Trivendrum (19)ত পূৰণ কৰা হ’ব৷
আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে ২৫০ টকা অনলাইন মাধ্যমেৰেRailway Recruitment Cellৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈCentral Railwayৰ ৱেবছাইটwww.rrccr.com লগ–ইন কৰিব পাৰিব৷ আবেদনৰ অন্তিম তাৰিখ ১৭ মার্চ, ২০২১৷