নুমলীগড় শোধনাগাৰত ১১ পদৰ চাকৰিৰ বিজ্ঞাপন
গোলাঘাট জিলাৰ মৰঙিস্থিত নুমলীগড় শোধনাগাৰত(Numaligarh Refinery Limited) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে –General Manager/Chief General Manager-Project Pipeline (1), General Manager/Chief General Manager- Technical (1),General Manager/Chief General Manager- Finance (1), Company Secretary (1), Sr. Manager/Chief Manager – Project Pipeline (1), Sr. Manager/Chief Manager – Piping (1), Asstt. Manager/Manager – Project Planning (1), Officer – Corporate Planning(1) আৰু Officer -Finance (2)৷General Manager/Chief General Manager-Project Pipeline, General Manager/Chief General Manager- Technical আৰুGeneral Manager/Chief General Manager- Finance পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১,২০,০০০–২,৮০,০০০ টকা৷Company Secretary পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১,০০,০০০–২,৬০,০০০/১,২০,০০০–২,৮০,০০০ টকা Sr. Manager/Chief Manager – Project Pipeline আৰুSr. Manager/Chief Manager – Piping পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৯০,০০০–২,৪০,০০০/১,০০,০০০–২,৬০,০০০ টকা৷Asstt. Manager/Manager – Project Planning পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৭০,০০০–২,০০,০০০/৮০,০০০–২,২০,০০০ টকা৷ শেষতOfficer – Corporate Planning আৰুOfficer -Finance পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫০,০০০–১,৬০,০০০ টকা৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এনআৰএলৰ ৱেবছাইটwww.nrl.co.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ ডিচেম্বৰ, ২০২০৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]ত যোগাযোগ কৰিব পাৰে৷