নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা সচিবালয়ত ৯ পদৰ বিজ্ঞাপন

লোকসভা সচিবালয়(Lok Sabha Secretariat)ৰAdministration Branch-Iত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিSecretary General–এ এক নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Head Consultant-Digital Communications (1), Social Media Marketing-Senior Consultant (1), Social Media Marketing-Junior Consultant (1), Graphic Designer (1), Senior Content Writter/Media Analyst-Hindi (1), Junior Content Writter-Hindi (1) আৰ Social Media Marketing-Junior Associate (3)৷ উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ ক্রমে ৯০,০০০ টকা, ৬৫,০০০ টকা, ৩৫,০০০, ৪৫,০০০ টকা, ৫০,০০০ টকা, ৩০,০০০ টকা আৰু ২৫,০০০ টকা৷ Head Consultant-Digital Communications পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক/স্নাতকোত্তৰ অথবাB.Tech./M.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Social Media Marketing-Senior Consultant পদৰ প্রার্থীBusiness Management/Marketing/Media & Communication/Journalism, Public Relations/Digital Marketing বিষয়ত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ Social Media Marketing-Junior Consultant পদৰ প্রার্থীৰ শৈক্ষিক অর্হতা পূর্বৰ পদৰ অনুৰূপ৷ Graphic Designer পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ Senior Content Writter/Media Analyst-Hindi পদৰ প্রার্থীPolitical Science/Journalism বিষয়ত স্নাতকোত্তৰ হ’ব লাগিব৷Junior Content Writter-Hindi পদৰ প্রার্থীৰ শৈক্ষিক অর্হতা পূর্বৰ পদৰ অনুৰূপ৷ শেষত, Social Media Marketing-Junior Associate পদৰ প্রার্থীBusiness Management/Marketing/Media & Communication/Journalism, Public Relations/Digital Marketing বিষয়ত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://www.loksabha.nic.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদনTo The O/o the Lok Sabha Secretariat, Administration Branch-I, Sansad Marg, Lok Sabha Marg, New Delhi, Delhi- 110001 (India) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ৫ ফেব্রুৱাৰী, ২০২১৷

You might also like