নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PEWS গ্ৰুপ অৱ ইনষ্টিটিউটত চাকৰি

নার্ছিং শিক্ষাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰাPEWS গ্রুপ অৱ ইনষ্টিটিউটত খালী হৈছে হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট আৰু ফ্রণ্ট অফিচ এগজিকিউটিভৰ পদ৷ আবেদনকাৰী ক্রমে স্নাতক ডিগ্রীধাৰী আৰু বাণিজ্যৰ স্নাতকোত্তৰ তথা কম্পিউটাৰৰ জ্ঞান থকাৰ উপৰিও টেলীত কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট পদত কেৱল মহিলা প্রার্থীয়েহে আবেদন কৰিব পাৰিব৷ পদপ্রত্যাশীসকলে নিজৰ শেহতীয়া বায়োডাটাসহ আবেদন–পত্র ই–মেইল[email protected] যোগে যথাসম্ভৱ শীঘ্রে প্রেৰণ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ ডিচেম্বৰ ২০১৯৷

You might also like