ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানত ৭৪ পদৰ বিজ্ঞাপন
ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ অধীনত পৰিচালিত Wildlife Conservation আৰু Protected Area Management ৰTeaching, Training আৰু Researchৰ ক্ষেত্রত অগ্রণী ভূমিকা লোৱা ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠান(Wildlife Institute of India)ত খালী হৈছে ভিন্ন বর্গৰ ৭৪ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি Wildlife Institute of Indiaৰ Registrar–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Senior Biolist (5), Research Biologist-Field Component (48), Research Biologist-Genetics Component (5), Research Biologist-GIS Component (3), Office Assistant (2), Project Fellow (10), Database Manager (1)৷Senior Biolist পদৰ প্রার্থী Wildlife Sciences/Zoology/Botany/Life Sciences/Forestry/Forest Management/Environmental Science/Environmental Management/Conservation Biology/Veterinary Sciences/Agricultural Sciences/Statistics Genetics/Biotechnology/Biochemistry/Molecular Biology/Microbiology/Biosciences বিষয়তM.Sc. ডিগ্রীধাৰী হোৱাৰ লগতে Wildlife Science আৰু Conservation খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,০০০ টকা৷Research Biologist-Field Component পদৰ প্রার্থী Wildlife Science/Botany/Zoology/Forestry/Forest Management/Life Sciences/Environmental Sciences/Environmental Management/Agricultural Sciences/Veterinary Sciences/Biotechnology/Genetics/Conservation Biology/Statistics বিষয়ত B.E./B.Tech./B.Sc./M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ২৮–৩২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০/৩১,০০০ টকা Research Biologist-Genetics Component পদৰ প্রার্থ Genetics/Biotechnology/Biochemistry/Molecular Biology/Microbiology/Biosciences/Botany/Zoology/Life Sciences/Forestry/Wildlife Science বিষয়ত M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩১,০০০ টকা৷Research Biologist-GIS Component পদৰ প্রার্থীWildlife Science/Life Sciences/Forestry/Environmental Science/Environmental Management/Applied Science/Remote Sensing & GIS/Geo-Informatics/Biological Sciences বিষয়তM.Sc. ডিগ্রীধাৰী নাইবাRemote Sensing & GIS বিষয়ত পোষ্ট গ্রেজুৱেট/ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩১,০০০ টকা৷Office Assistant পদৰ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰাB.Sc./B.A./B.Comm উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ Project Fellow পদৰ প্রার্থীWildlife Science/Botany/Zoology/Forestry/Forest Management/Life Sciences/Environmental Sciences/Environmental Management/Agricultural Sciences/Veterinary Sciences/Biotechnology/Genetics/Conservation Biology/Statistics বিষয়তM.Sc. ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩১,০০০ টকা৷ শেষতDatabase Manager পদৰ প্রার্থীWildlife Science/Forestry/Environmental Science/Bio Sciences/Life Sciences/Zoology/Veterinary Sciences বিষয়ত স্নাতকোত্তৰ নাইবা ডক্টৰেট ডিগ্রীধাৰী হোৱাৰ লগতে গৱেষণা কৰাৰ অতিকমেও দুবছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৪০,৫০০ টকা৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈWildlife Institute of Indiaৰ ৱেবছাইটwww.wii.gov.in & https://wii.gov.in/images//images/documents/recruitments/AITE_MSTRIPES_TIgercell_ Palamau_Aug_2021.pdf লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ আগষ্ট, ২০২১৷