নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ আতংক। কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ দেশত মৃত্যু দ্বিতীয়জন লোকৰ। উত্তৰপূবলৈও বিয়পিছে কৰ’ণা ভাইৰাছ। মিজোৰাম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সকলো বহিৰাগত লোকৰ প্ৰৱেশ বন্ধ কৰিছে মিজোৰামত। ইতিমধ্যে বন্ধ কৰি দিছে সকলো চেক গে’ট। লগতে সকলো লোককে সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ মিজোৰাম চৰকাৰৰ। এই পৰ্যন্ত কৰণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় ৫,৫০০ লোকৰ।
Prev Post
Next Post
You might also like