CAAৰ নীতি-নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ
সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ'বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- CAAৰ নীতি নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ
- নাগৰিকত্ব পাবৰ বাবে প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা
- নতুন দিল্লীত অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক
- বৈঠকত অংশগ্ৰহণ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ
- কেন্দ্ৰীয় চৰকাৰক বিধিৰ বিৱৰণ অসম চৰকাৰৰ
- সমগ্ৰ বিষয়টো সোনকালে মীমাংসা হ’বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- আৱেদনৰ পিছত স্পষ্ট হ’ব কিমান লোকে পাব নাগৰিকত্ৱ
- ৫লাখৰ ওপৰত নাহে নাগৰিকত্ৱৰ আবেদন
- দিল্লীত এই কথা জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
- বৈঠকত ব্ৰু শৰণাৰ্থীৰ সমস্যাৰ সমাধান
- ব্ৰু শৰণাৰ্থীৰ সমস্যাৰ বাবে ৬০০ কোটি টকাৰ পেকেজ
- ত্ৰিপুৰাত সংস্থাপন কৰা হ’ব ব্ৰু শৰণাৰ্থীসকলক
- ৩৪,০০০ শৰণাৰ্থীক বিশেষ বুজাবুজিৰে কৰা হ’ব সংস্থাপন
- দিল্লীত অমিত শ্বাহৰে বৈঠকত হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে’ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা