ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ পুনৰ ৫.২ ৰিখটাৰ স্কেলৰ প্ৰাবল্যত অহা এক ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ সীমামূৰীয়া ৰাজ্য মেঘালয়ৰ তুৰা।
পুৱা ৮ বাজি ২৫ মিনিটত হয় এই জোকাৰণি।
Earthquake of Magnitude:5.2, Occurred on 07-07-2021, 08:45:25 IST, Lat: 26.15 & Long: 90.28, Depth: 14 Km ,Location: 71km N of Tura, Meghalaya, India for more information Download the BhooKamp App https://t.co/A7YPlKiPob @ndmaindia @Indiametdept pic.twitter.com/BX4I1zOBze
— National Center for Seismology (@NCS_Earthquake) July 7, 2021