মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৪ জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ মণিপুৰত বিগত ২৪ ঘণ্টাত ১০৮ টা নতুনকৈ ক’ৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে ৪ জন লোকৰ মৃত্যু ঘটিছে।
যাৰ পাছতে ৰাজ্যখনত মুঠ ক’ৰোনা আক্ৰান্ত হোৱাৰ সংখ্যা ৭,৪৭০ জনলৈ বৃদ্ধি পাইছে। লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও ৪৪ জনলৈ বৃদ্ধি পায়।
Manipur reports 108 new #COVID19 cases and 4 deaths in the last 24 hours, taking the total number of positive cases and deaths in the state to 7,470 and 44 respectively: State Health Department pic.twitter.com/TKakPrVNmp
— ANI (@ANI) September 10, 2020